পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হজৰত আলী মোৰ। বিদ্ৰোহাচৰণ ন্যায়সঙ্গত বুলি ধৰিব লাগিব আৰু তেতিয়া নগৰ-দুৱাৰ খুলি দিয়৷ হ’ব। এই প্ৰজ্ঞাৱ অৰ্জুসৰি তেতিয়াই মদিনালৈ দূত পঠিওৱা হ'ল। কিন্তু ইফালে তাহা আৰু জোবেৰে কেনেকৈ নগৰৰ ভিতৰলৈ সোমাব, তাৰ ছেগ চাবলৈ ধৰিলে। এদিন গহীন বাড়ি বৰ ধুমুহ| অহাত, তেওঁলোকে সৈন্ত এলে লৈ দেয়াল পাৰ হৈ নগৰৰ ভিতৰত সোমাই, ওছমানৰ ‘এবাদত থানাত ( উপাসন৷ ঘৰক্ত ) ওলাল গৈ আৰু তেওঁৰ ৪০ জন লগুৱাৰ প্ৰাণবধ কৰি সেলাই তেওঁক বন্দী কৰি থলে। জমনিক হজৰত আয়েশ্বৰ প্ৰবলৈ অলা হ'ল। আম্বাই ওছমানক ৪০ কোব বেত মাৰি ফাটকত বন্দী কৰি থবৰ আদেশ লিল। আদেশ বিভাতে পালন কৰা হ'ল। তাৰ পাচত্ত ওহু মানক, ডাটি আৰু চেলাউৰিব নোম এডাল এডালকৈ বাচি নম্বৰ শান্তি কণি, এৰি দিলে। এতিয়া বচৰা নগৰ ৰক্তপাত নোহোৱাকৈ হজৰত গায়েখা, জোবেৰ আৰু তালহাৰ কাতত পৰিল। তেওঁলোকে মামুহবিলাকক তেওঁলোকৰ ফলীয়া কৰি হজৰত আলীৰ বিপক্ষে উত্তেজিত কাৰবলৈ বৰবৈ পুৰুষাৰ্থ কৰিবলৈ ধৰিলে। 38 বছৰাৰ বিদ্ৰোহ দমন। ইফালে হজৰত আলীয়ে, তাহা, জোবেৰ আৰু আয়েশ্বাৰ বিদ্ৰোাচৰগৰ কথা শুনি, মদিনাৰ মানুহবিলাৰব গোটখুশই ওজস্বিনী ভাষাৰে তেওঁলেকৰ অন্যায় আচৰণ সব লোকে বুজাই দিলে। সভাৰ সকলো সমুহ নিৰ্মাত হ’ল, খাহ পৰি জিন গ’ল। হুজৰত আয়েম্বাই নিজে বিদ্ৰোহী- বিলাকৰ লগত যেতিয়৷ যোগ দিছে, তেতিয়া আৰববিলাকে মাতে কেনেকৈ? হজাত আলীৰ ৰক্তৃতা |