হজৰত আলী মোৰকা। বক্তৃতা দি গোটখোৱা মানুহবিলাকক উত্তেজিত কৰিবলৈ ধৰিলে। তাৰ পাত হজৰত আৰেখাই নিজেই উটপপিঠিৰ পৰাই নিজৰ অতিপ্ৰায় সিদ্ধিৰ নিমিত্তে উপদেশ-বাণী বৰৰিবলৈ আৰম্ভ কৰিলে। F ইন্নাতো নগৰবাসীয়ে আকৌ দুদল হৈ বৰ হাইচতি লগালে আৰু ইটোৱে সিটোক ধূলি মাৰিবলৈ ধৰিলে। পাচত এঞ্জন বছৱাৰ মানুহে হজৰত আয়েশ্বাক লক্ষ্য কৰি কৰলৈ পৰিলে—“হে উন্মোস-মো'মেনীন! খলিফা এছ মানব হ্যাকাণ্ড সঁচাকৈ হৃদয়ভেদী; কিন্তু আপুনি কিন্তু আপোনাৰ শান্তিময় ঘৰ আৰু পদ৷ এৰি পুৰুষে কৰিবলগীয়া কান হাতত লৈ মুছলমান- বিলাকৰ নাহুত মতানৈক্য ঘটাইছে আৰু বিদ্ৰোচ-অধি জুলাইছে। আপুনি যদি নিজে উপযাচি আহিছে, তেন্তে ঘৰলৈ উভতি যাওক; যদি কাৰে। লুজনি যতে আহিছে, আল্লাহতা'লাব সহায় বিচাৰক।” (1) তাৰ পাচত মান এজনে তাহা আৰু জোবেৰক ক'লে, “তোমালোকেই এনে বিপদ মাতি আনিছা; কিন্তু তোমালোকৰ বিবি সকলকনো লগত নানিলা কেলেই? উম্মোল-মো'মেনীন হুজৰত আৰেখা পন্দা-নবীন হৈও, তোমানোকৰ ফন্দিত পৰি ইয়ালৈ আহিছে; ই তোমালোকৰ গৌৰবৰ কান নে?” এনেকৈ চুপতা- চুপতি হৈ, ক্ৰমে থপা-থসি, মৰা বৰি হ'ল; শেহত কঁাঁড় তৰোৱাল ব্যবহাৰ হলি। ইতিমধ্যে নানাজৰ পৰ আহি পৰাস্ত, দুহ দণ দিহা দিছি গ’ল। ভাৰ পাচত আৰেশ্বাই তেওঁৰ সৈন্যবিলাকেৰে সৈতে লগবৰ দেৱানৰ ওচৰতে তাৰ তৰি থাকিন। পাচত বৰাৰ মানুহুবিনাকে স্তিব কৰিলে, মদিনালৈ পঠিয়াই জানিব লাগিব যে তাহা আৰু জোবেৰে ইচ্ছা পূৰ্ব্বক হজৰত অলীক খণিকা গদত বৰণ কৰিছিল নে, গোবৰ খাটনিত পৰিহে তেনে কৰিছিল। যদি ইচ্ছাপূৰ্ব্বকহে কৰিছিল, তেন্তে তেওঁলোকক বিগ্ৰোহী বুলি জানিব লাগিব আৰু যদি অনুৰোধত পৰিহে কৰিছিল, তেন্তে তেওঁলোকৰ (1) আহ্ ছাত্ৰাৱাৰিখ --- 38
পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/২০
অৱয়ব