হজত জ্ঞাপী মৌৰ তেওঁলোকে এখনি সৰু নৈৰ পাতিতে অলপ পৰ জিৰাবলৈ ইচ্ছা কৰিলে। এই সময়তে ওচৰৰ গাঁৱৰ কুকুৰবোৰ থাকে জাকে আহি আয়োক বেশি: নেৰানেপেৰাকৈ ভূকিবলৈ ধৰিলে। আয়েখাই এই আকস্মিক দৃশ্য দেখি ভয় খালে আৰু হঙ্কত বহুল-কৰিমৰ (R:) ভবিষ্যদ্বাণী তেওঁৰ মনত পৰিল। তেখেতে এদিন কৈছিল যে, তেখেতৰ এগৰাকী বিষিক 'ক্লোৱাৰ' (১) নামেৰে এখন গাৱঁৰ কুকুৰৰোৰে বেলি ধৰিব আৰু এইটোৱে হৈছে তেওঁ বিপদত পৰাৰ ঔৎপাতিক পূৰ্ব্ব লক্ষণ। আয়েখা অণ্ঠে কণ্ঠে শুকাল, তেওঁ আৰু এখাজো 'আগবাঢ়িবলৈ সাহ নকৰিলে। সেই ৰাতিটো তাতে পৰি থাকিবলৈ মন কৰিলে। কিন্তু তাহা আৰু জোবেৰে তাত থাৈিল ভয় কৰি, এজন চহা মানুহৰ চতুৱা আয়েশ্বাক, সেই গাঁৱন প্ৰকৃত নাগ লুকুৱাই, আন নাম কোৱালে; আৰু হজৰত আলীৰে বহুত সৈন্তু লৈ অপ দুৰতে আছেহি বুলি তেওঁক জনালে। হজৰত আয়েশ্বাই হজৰত আলীৰ কথা শুনি, তেতিয়াই আকৌ বছৰাৰ কালো ে বৰ কষ্টেৰে নগৰৰ আগত ওলাই, তাৰ শাসনকৰ্তা ওছমান-বেন্-হানিফক নগৰৰ দুৱাৰ মোকোলাই দিবলৈ আৰু তেওঁ পক্ষ লবলৈ অনুৰোধ কৰিলে। 'জ্বমানে তাৰ কোনো উত্তৰ নিৰ্দি, সেনাপতি আস্থাপৰ হাতত নগৰব ৰক্ষাৰ ভাৰ দি নিষ্ক্ৰৰ ঘৰলৈ গুচি গ'ল। ভালহা আৰু জোবেদ বঙ্কবা অহঙ্কাৰ কৰা। নগৰবাসীক অস্ত্ৰ শস্ত্ৰ লৈ সাজু হবলৈ কৈ, এতিয়া কি কৰা হয়, তাল মীমাংসা কবিলৈ মুখাশ মুখলে মন্তবলাকক মজিদলৈ মতাই অনালে। দেখিলে, নগৰবাসীৰ চুদল হৈ ভয়ানক খকা-খুন্দা লগাইছে। এনেতে, । আৰেশ্বাই মক্কাবাসীৰে সৈতে নগৰৰ দেৱালৰ ওচৰ আহি পালত, বহুত মানু তেওঁৰ সাক্ষাৎ কৰিবলৈ তালৈ গ'ল। তাল্হা আৰু জোবেৰ, স্কুলে ভোদনী (1) কোনো কোনো মতে এই গাঁৰ নাম হাথra |
পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/১৯
অৱয়ব