পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হজৰত দ্বাণী মোৰজা। বাঙ্গাত্ৰী হোৱা 'দানা'* মিচানৰ ছাড় গোটখাই তেওঁৰ হত্যাৰ প্ৰতিশোধ লবলৈ সাজু হৈছে। হলৰত আলীয়ে এই কথা শুনি তিতা মুৰীয়া লাগি আল্লাহ তা'লা আৰু হৰত ৰচুল-কৰিমক (দঃ) সাক্ষী কৰি ক'লে, “হুঞ্জৰত ওয় নানৰ হত্যাৰ নিমিত্তে মই কেতিয়াও দোষী নহও। যিবিশাকে মোৰ বিৰুদ্ধে অস্ত্ৰধাৰণ কৰিব, তেওঁলোকৰ ধৰ্ম্ম-গুৰু হজৰত মোহম্মদৰ (দঃ) অহিতাচৰণ কৰিব।” নিজে নিৰ্দোষী বুলি কৈ নিতাল মাৰি থাকিলে নহব। জুই জ্বলি উঠিল। তাক নুমুৱাবৰ চেষ্টা কৰিবই লাগিব। সেই দেখি, হজৰত আপীয়ে এই বিদ্ৰোহ-হুই হুমুৱাবলৈ দেহে-কেহে চেষ্টা কৰিব ধৰিলে আৰু তেওঁৰ সহানৰ নিমিত্তে গোটেই আবদ্ধে অস্ত্ৰৰোধ কৰিলে। কিন্তু মদিনাবাসীবিলাক দুদগ হ'ল, এদল হজৰত আলীৰ ফলী৷ হ'ল আৰু ইসল হজৰত আয়েশ্বাৰ ফলীয়া হৈ সৰ্ব্বাত তেওঁৰ লগত যোগ দিলেগৈ। জোবেৰ আৰু তালহাৰ সভাৰত, হজৰত আৰেখাই, হজাত ওছমানব হত্যাৰ প্ৰতিশোধ লবলৈ সাজু হ'ল। তাৰ মানুহবিলাক তেওঁৰ লগত লগ খাবগৈ, সিহঁতৰ মাজত এখন ঘোষণা-পত্ৰ প্ৰাৰ কৰিলে আৰু সেই প্ৰতিশোধ হজৰত আলীৰ ওপৰত শবলৈ থিৰাং কৰিলে। এয়াপীৰে অন! ধন-বিত আৰু হজৰত উছমানৰ তেজেৰে ৰা হৈ থকা 'জানা' তেওঁৰ উদ্দেশ্য প্ৰধন। বিশেষ গ'ল। সকলোৱে মোটপিত খাই নেলত থিৰাং কৰিলে যে, তেওঁলোকে জহুভয়তে বহুবা অধিকাৰ কৰিব। ইজৰত আৰেশ্বাই ‘আলাস্কাৰ নামেৰে উট এটাত উঠি মক্কাৰ পৰা ॥ ও মানব হত্যাশাৰ প্ৰতিশোধ লবলৈ

  1. খান প্ৰতি।

যে | ৰু ফোৰেধৰ যোগ দিয়া। যাত্ৰা কৰিলে। তালহা আৰু জোবেৰ মা-বঙ্গীয়া হৰূপ ৬০০ উট-ছাৱাৰ আৰু ৩৬০০০ পদাতিক সৈন্ত লৈ তেওঁৰ লগত গ'ল। কিছুদূৰ গৈ