পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হজৰত আলী মোৰ। উপস্থিত হৈ জানিবলৈ পালে যে, তাৰ মানুহবিলাক দুদল হ'ল আৰু আম্মাৰে শুনিবলৈ পালে যে, কুফাবাসীয়ে তেওলোকন বৰ্তমান শাসনকৰ্তা মুছা-আল- অধাৰিক কেতিয়াও নেন; তেতিয়া তেওঁলোক হতাশ হৈ হজৰত আলীৰ ওচৰলৈ উভতি আহিল। আৰুল্লা এমনত ওলালত, তাৰ শাসনকৰ্তা এয়াণী-বেন-মুনিযাই কাম এটি মোটেই চৰ্কাৰী ধনভবান লুটি মালৈ গুচি গ'ল আৰু তাত ডাল্হা, জোৰে আৰু আয়েশ্বাৰ হাতত লুটিনিক্স ধন সোপ বোধ দিলেগৈ। ইলি নাতে বিপক্ষদশে হজৰত আলী শাসন কাৰন্ত অশাস্তিন চৌ তুলিবলৈ হৰত 'ওছ যানৰ তেজোৰ বাঙ্গালী হৈ থকা জামা (ডোনা) ডিবিমালৈ নি তাত নালোন কটা আঙ্গুলি (১) গাঁঠি, কেতিয়াবা তাৰ মছজি- দন 'জিহ্বব'ৰ ( গেীব) এগৰত, কেভিবাবা সৈবিণাকৰ মাজত নিচান হৃৰূপে [ থৈ, বাগদাপৰ প্ৰজাসমূহ আৰু গৈবিলাকৰ খঙ্গ তুলিবলৈ ধৰিলে। এই শোকোদ্দীপক দৃঙ্খ দেখি সকলোৱেই ফুৰাওলাৱে কান্দিলে আৰু হজৰত ওছমান-হত্যাৰ প্ৰতিশোধ লবলৈ মুঠ বান্ধিলে। মহামান্য খলিফাই চিৰিয়াৰ এই বাতৰি পাই, তেওঁৰ অধীনতা স্বীকাৰ কৰিবলৈ তাৰ শাসনকৰ্তা নাবিমালৈ উপদেশ দি চিঠি লিখি পঠিয়ালে। নাবিয়াই পালিফাৰ মুক্তন হাতত নাৰ উদ্ভব নিৰ্দি, তেওঁৰ নিজ। দ্ৰুত এজনৰ হাতত তাৰ উত্তৰ প্ৰপে এটা ছাপননা { scaled) থাম দি পঠিৰাগে। দুই জন দূত মদিনা পায়ন্ত, সকলোৰে চিঠিন সাবকথা জানিবলৈ উদ্ভাৱনহৈ পৰিল। সকলোৰে আগতে খাইটো খোলা হ’ল, কিন্তু তাৰ ভিতৰত লিখা এটি অখনো নাছিল। হজৰত অংশীয়ে ইৰাত বৰ অপমান বোধ কৰিলে আৰু নিজৰ দুতৰ মুখৰ পৰা শুনিবলৈ পায়ে, চিৰিয়াত যাই হেজাৰ অস্ত্ৰধাৰী পদান্তিক স্যৈ হজৰত ওছমানৰ তেজেৰে (1) কাবে লিখ। হয়ত ও মানব জীৱী চাওক। মাবিয়া আৰু প্ৰলিঙ্কা