পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হজৰত আয়েশ্বাৰ বিদ্ৰোহ। হঞ্জবত আৰেখা ডিদ্দিকা এই সময়ত মঞ্চাত আছিল। তেওঁৰ জোঁৱায়েক হঙ্গবত ওসানৰ হত্যাকাণ্ডৰ বাতৰি পাই, তেওঁ তাৰ প্ৰতিশোধ লবলৈ কৃতসঞ্চল্প হ’ল। হজৰত আলীৰ শত্ৰুবিনাকে হজৰত আয়েশ্বেকে কবলৈ ধৰিলে যে, হজৰত শালী হজৰত ওছমানব হত্যাকাণ্ডত লিপ্ত আছিল। তাহা আৰু জোবেৰে এই ছেগত তেওঁৰ লগত যোগ দি জানিব৷ জুইত স্বভাহতিতে দিলে। আনকালে হজৰত আলীয়ে খলিফা-পদ পায়েই, হজৰত ওচমানে যিসকল অকামিল শাসনকৰ্তৃক নিযুক্ত কৰিছিল, তেওঁলোকক দাঁচাবলৈ স্থিৰ কৰিলে। তেওঁ জয়জয়তে শাসন বিভাগৰ সংস্কাৰ কৰিবলৈ ধৰি হিজৰীৰ আৰম্ভতে ওছমান-বেল্ট হ'নিফক বছবাৰ, আম্মাৰ বেন্-খ/হ/বক কুকাৰ, আব্বুৰা বেন্ আব্বাছক- এমনৰ, ছোহেল-বেন্-হানিফক্ খানব (চিৰিয়াৰ ) আৰু কায়েছ-বেন্-ছা’আক মিচিৰৰ শাসন-কৰ্ত্ত৷ পাখি তেওঁলোকক নিজ নিজ কৰ্ম্ম-ক্ষেত্ৰলৈ পঠিয়াই দিলে। ভিন্ন ভিন্ন শাসনকৰ্তা তিন তিন ল পঠোৱা আৰু তেওঁলে কৰ পুনৰ অগ্নিণ। যাওঁতে ছোছেলে ভাবুকত এদল ঘোঁৰ ছোৱাৰী সৈন্য লগ পালে। সেই সৈ√ই তেওঁক ক'লে—“চুননিত বাজে যদি আন কোনোৱে আপোনাক শ্বানৰ শাসন-কৰ্ত্তা পাতি পঠিয়াইছে, তেন্তে আপুনি আপোনাৰ আন কৰ্ত্তব্য কামলৈ শুটি যাওক। আমি কেতিয়াও আপোনাক স্বামৰ সীমাৰ ভিতৰত সোমাবলৈ নিদিওঁ।” এই কথা শুনি ছোহেল অগত্যা উভভিল। সেইদৰে কায়েছক শিচিনীবিলাকে হুকা-বাধা দিয়াত তেৱেঁ। মদিনালৈ উভতিল। ওছয়ানে বছৰাত,