হজৰত আলী মোৰত!। বিষয় উহুকিয়াই, তাৰ প্ৰতিশোধ লবলৈ গোহাৰি কৰিলে আৰু সেই কামত হুজৰত আলীক পাৰেমানে সহায় কহিব বুলি অঙ্গীকাৰ কৰিলে। তেওঁলোকে হজৰত আলীক এই ভাবী অশুভজনক কামত পেটিয়াই, দেশত অনাজকতা আৰু তেওঁৰ ধ্বংস সাধন কৰিবলৈ পাঙ্গ পাতিছিল। কিন্তু হজ্জপত আলীয়ে তেওঁলোকৰ কু-অভিপ্ৰায় বুজিব পাশি ক’শে– “যি দলত ক্ষমতাশালী মামুহ বেছি, এই সময়ত তেওঁলোকৰ বিৰুদ্ধে কোনো কথা নটক নিতাল মানি পফাটোকেই নই ভাল বিবেচনা কৰোঁ। বদি সকলোৰে মুখত একে কথাকে ওলায়, ভেস্তে নিশ্চয় এই কামত হাত দিয়। আপনালোকে আকৌ এই বিষয় গুণি-ভাবি চাওক। তাব পাচত এদিন তাল্হা 'লাঞ্চ জোবেৰে খলিফাৰ ওচৰলৈ গৈ, তাহাই কুফৰি শাসন-তাৰ আৰু জোবেৰে বছৰাৰ শাসন- ভাৰ পাবলৈ প্ৰাৰ্থনা কৰিলে আৰু ক'লে—“এই নগৰ দুখনত কেতিয়াবা কোনো আকস্মিক ঘটনা হব খুজিশে, মামি ততালিকে তাৰ দিহা কৰিম।” তেওঁলোকৰ মনৰ ভাৰ হজৰত অগীয়ে বুদ্ধি উত্তৰ দিলে-—“ন’কৈ পত| ৰাজাৰ সুশৃঙ্খলাৰ নিমিত্তে আপনালোকৰ নিচিনা উপযুক্ত সম্বিবেচক পৰামৰ্শ দাতাৰ বিশেষ প্ৰয়োজন। এতেকে এনে ছদ্দিনৰ সমগত আপনালোকক কোনো মতেই এৰিব নোৱাৰিছোঁ।” তেওঁলোকৰ ননব কামনা পূৰ্ণ নোহোৱাত, শেহত তেওঁলোক 'হজ' কৰিবলৈ বুলি কাকতি কবি মক্কালৈ গ'ল। 1 c | যাত্ৰ।
পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/১৫
অৱয়ব