হজৰত আলী মোৰতন্ত্ৰ! তেধোঁৰ আৰবে তাল্হা আৰু বেচি ভাগ আৰবে আৰু মিচিবীয়ে ফ্লেভ আলীৰ পক্ষ লৈ, ভয়ানক খলকনি লগাই দিলে। ঋথা অতি গুৰুতৰ হৈ উঠিল। এনে অৱস্থা দেখি, এই সঙ্কটাপন্ন পদ গ্ৰহণ কৰিবলৈ কোনেও আগ নেবাঢ়ে। ইফালে ভিন্ন ভিন প্ৰদেশৰপৰা অহা প্ৰতিনিধিবিলাকে যেতিয়া- লৈকে কোনো কামিলা সাধু এজনক এই ৰাজ্য-শাসন-ভাৰ গ্ৰহণ কৰা নেদেখে, তেতিয়ালৈকে মদিনা নেৰে। সেই দেখি, তেওঁলোকে বৰ বিৰক্ত হৈ মদিনাৰ মুখাল মুখাল মানুহবিলাকক মাতি আনি ক'লে, “আপোনালোকে যদি কালিলৈকে এই গোলমাল-নিষ্পত্তিৰ এটা দিহা নকৰে, তেনেহলে তালহা, জোবেৰ, হজৰত আলীক আদি কৰি বহুত মানুহ তৰোৱালৰ মুখত পৰিব। * এই কথাগুনি মদিনাৰ মানুহবিলাকে হজৰত আলীব ঘৰলৈ গৈ তেওঁক শাসন-ভাৰ গ্ৰহণ কৰিবলৈ বৰকৈ টানি ধৰিলে। কাৰণ, তেওঁ বংশানুক্ৰমে প্ৰধান ছাহাবী আৰু তেওঁৰ নিচিনা জ্ঞানী, উদাৰ, চৰিত্ৰবান, সুবিচাৰক আৰু প্ৰকৃত বীৰ আৰবত তেতিয়া আৰু আন কোনোৱেই নাছিল। কিন্তু তেওঁ তেতিয়াও এই ভাব লবলৈ অমান্তি হৈ ক'লে, “আপোনালোকে থাকে বাছি লয়, মই তেওঁৰেই বহুত। স্বীকাৰ কৰিন।” এনে উত্তৰ শুনি তেওঁলোক নিৰক্ত হৈ ক'লে—“আমি ধৰ্ম্মৰ সাক্ষ্য দি হবিছো, আমি কেনে বিপদত পৰিছোঁ তাক নো আপুনি নেজানে নে? আপুনি ইছলামৰ কি বিন্নাই হৈছে জন| নাইনে? আপুনি আল্লাহ্ তা'লাক ভয় নকৰে নে যে, ইছলাম-বাজ্যৰ এনে সঙ্কটাপন্ন অবস্থা দেখিও, সমূলি আঁতৰি থাকিবলৈ ইচ্ছা কৰিছে? সকলো প্ৰকাৰে আপোনাত বাঙ্গে আন কোনো এই পদন উপযুক্ত হব নোৱাৰে।“ মদিনাৰ মানুহৰ এনে তেজী আৰু কঠোৰ বাক্য শুনি হজৰত আলীৰ চিন্তাগাগৰ উষালখাই পৰিল। তেওঁ ভবিষ্যৎ জ্ঞান- চকুৰে দেখিবলৈ পালে, যেন হেজাৰ হেজাৰ আৰব উদং তৰোৱাল হাতত লৈ জঙ্গীব লিঙ্ক-পদ্ম গ্ৰহণ 1
পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/১৩
অৱয়ব