হজৰত আলী মো এই এখন মান ল'ৰাৰ মুখত এনে মহৎ বাক্য শুনি, হঞ্জৰত মোহম্মদে (দ:) উলাহতে নিম্নৰ পবিত্ৰ হাতেৰে তেওঁক আঁকোৱালি ধৰি চিঞৰি ক'লে “মোৰ ভাই, মোষ সাহায্যকাৰী ভাই, আই৷ আমি ক্ষুদ্ৰ শক্তি লৈ মহা- শক্তিমান মহান আল্লাৰ সত্যধৰ্ম্ম প্ৰচাৰ কৰিবলৈ আগুৱাওঁ।” কোৰ্চেবিলাক অবাক! পাঁচত সকলোৱে আবুতালেখক ইতিকিং কৰি দিহাদিহি উঠি শুচি গ'ল। J ছাহাবী-জীৱন হজৰত আলী ইছলামত দীক্ষিত তোৱা দিন ধৰি সকলো সময়তে আৰু সকলো বিষয়তে ফুল-কৰিমৰ (দঃ) সহায় সাৰথি হ'ল। পৌত্ৰলিক কোবেচ বিলাকে ইচ্চলামক নিৰ্মূল কৰিবৰ নিমিতে কত ৰকমৰ ষড়যন্ত্ৰ কৰিও এবো কৰিব নোৱাৰি, তেখেতৰ প্ৰাণ বধি একেবাৰে তেওঁলোকৰ বাট মুকলি কৰি কাৰণ চেষ্টা কৰিলে। ৰছুল কৰিমেও (দঃ) আল্লাৰ হুকুম মতে মদিনালৈ ‘হিজৰত' ( প্ৰস্তান) কৰিবলৈ সাজু হ'ল। যি ৰাতি তেখেতে ‘হিজৰত কৰিব, সেই বাড়িয়েই শত্ৰুবিলাকে উদং তৰোৱাল হাতত লৈ তেখেতৰ ফুলাৰ মুখত বহি টোপালি পাৰি আছে, বাজলৈ ওনালে বনি শেষ কৰিব। বস্তুল-কৰিমে (দঃ) হৰত আধীক তেখেত। শোৱা পাটীত নেউটী। কা, এখনেৰে ঢাকি শুই থাকিবলৈ ব’লৈ আৰু তেখেত নিজে ঘৰৰ আনাননেদি বেৰ সৰকি ওলাই গ'ল। সম্মুখত ছৰ্দ্দান্ত শত্ৰু, উদং ভৰোবা” – মৃত্যুৰ বিভীধিকালৈ আওকাণ কৰি, ‘শ্বেৰ থোদায়ে ৰছুল-কনিক (দঃ) ৰক্ষা কৰিবৰ নিখিলে, নিশ্চিন্ত মনেবে, ওৰে বাতি শুই থাকিলে ঘাতক কেইটাই দুৱাৰ
পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/১০
অৱয়ব