পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইছলামত আত্মসমৰ্পণ বিবি খদিজাৰ ইছলাম-গ্ৰহণৰ পাচতে, পুৰুষৰ মাজত নিজৰ সাতাম পুৰুষীয়া ৰো৷ ককাৰ পৌত্তলিক ধৰ্ম্মক নেওচি, ৬১১ খৃঃ। সকলো বাধা-বিধিনিলৈ আওকাণ কৰি, আগৈ- 'আহকাললৈ সমূলি তৰ নকৰি সকলোতকৈ আগেয়ে হজৰত আলী, বাপেকক নজনাকৈ উপযাচি ইছলামত দীক্ষিত হ'ল। এই সময়ত হজৰত আগীৰ বয়স ১৩ তেৰ বছৰ। ইছলাম-অহগন আগেয়ও তেওঁ কেতিয়াও কোনো প্ৰতিমাৰ আগত মুব সোৱা নাছিল। এবনে আব্বাচৰ পৰা না যায় — সকলোতকৈ আগেয়ে নবী- কৰিনৰ (দঃ) লগত প্ৰকাণ্ডকৈ নামজ্জিত যোগ দিয়ে হজৰত আলীয়ে। নবী কৰিযে (দ:) নিজৰ ধৰ্ম্মপ্ৰচাৰ কৰিবলৈ নানা ৰকম চিন্তা কৰি, অজয়তে এৰাতি আপোন কৈদৰ (বণিহাখিনৰ) জনচেৰেক মুথাল মানুহ নিমন্ত্ৰণ কৰি নিজৰ ঘৰলৈ আনে। খাই-বই উঠাৰ পাচত, তেখেতে তেওঁ লোকৰ পৌত্তলিক ধৰ্ম্মৰ অস|বতা আৰু একমাত্ৰ নিব।কাৰ আল্লাৰ উপাদনাস মাহাত্ম্য বৰ্ণনা কৰি ক'লে –“তৌহিদ” অৰ্থাৎ একত্ববাদ সত্যধৰ্ম্ম প্ৰাৰ কৰিবৰ নিমিত্তে আৰু ভ্ৰান্ত মামুহবিলাকক মুক্তিৰ সৰল পোন বাট দেখুৱাবৰ নিনিবেই আল্লাহতালাই মোক পঠিয়াইছে। মই এতিৰা সেই ফাললৈ আপোনালোকক আহ্বান কৰিছো। কৰ্ত্তব্যৰ এই কঠোৰ পৰীক্ষাত আপোনালোকৰ মাজত নোেক কোন সহায় কৰিব,?" তেতিয়া হজপত আলীয়ে একেচাবে উঠি আনব উদ্ভবলৈ বাট নোই মাত লগালে—“ৰা পছু- লুল্লাহ! উপস্থিত সমজুৱাৰ মাজত যদিওবা মই নিচেই ক্ষুদ্ৰ আৰু বলচীন, ভেও মই অঙ্গীকাৰ কৰিছে। —মই আপোনাক নিস্বাৰ্থে সহায় কৰিবলৈ সাজু আছে।”