সমললৈ যাওক

পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
সৎসম্প্ৰদায় কথা।

শৰণ লগাই ষোল্ল নাম দিলে। পাচে কতো দিন থাকি সুষুম্নাৰ পন্থে-প্ৰাণ বাহিৰৱা ইচ্ছায়ে ধাৰণা ধৰিলে; তাতে উৰ্দ্ধে নিৰোধ হুই প্ৰাণবায়ু বাঝ হুই মণিকুটে লয় গৈলা। হে নৰ নাৰী সব দেখা কৃষ্ণ চৈতন্যে বলো নিত্যানন্দ সমে অৱতৰি বৰ্ণাশ্ৰম ধৰ্ম্মক দেখাই পূৰ্ব্বদিশে সপ্ৰেমা ভকতি প্ৰচাৰিলা। হেনয় কৃপালু গুৰুক প্ৰণামি হৰিবোল হৰি।

বৰ্ণাশ্ৰমধৰ্ম্মমাদৌ প্ৰথয়ন্ ভক্তিমন্ততঃ।
চতুঃষষ্টি মহদ্ভিৰ্যোব্যাতনোত্তত্ত্বমাত্মনঃ॥
অদ্বৈতে দ্বয়ীতা নাস্তি নিত্যানন্দোৰসালয়ঃ।
আনন্দজন কল্লোলী চৈতন্যোজগদীশ্বৰঃ॥
ইতি সৎসম্প্ৰদায়কথায়াং চৈতন্য নিৰ্ণয়োনাম
 সপ্তমোহধ্যায়ঃ।

———