পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১২ ]

অৰ্জ্জুনৰ বিচ্ছেদত সুভদ্ৰাৰ বিলাপ
মুক্তাৱলী।

পৰম সুন্দৰ,
হাসি মনোহৰ,
শোক অগনিক,
কি মোৰ কপাল,
আমাৰ নগৈল,
পৰম বিকলি,
তোমাৰ বিৰহে,
হৃদয় নসহে,
তুমি অবিহনে
হেৰা প্ৰাণেশ্বৰ
সদাই তোমাৰ,
অৰ্দ্ধ কলেৱৰ,
তোমাক নপাই,
থাকিবো ইঠাই

কুন্তীৰ কুমাৰ;
ৰাতুল অধৰ এ;
জালিলা মোৰ হিয়াত।
ভৰ যুবা কাল;
তুমি সমে কাল এ;
থাকিবো মই কিসত॥
মোৰ দেহা দহে;
পৰাণো নসহে এ;
কি কাজ মোৰ জীবাৰ।
হৃদিৰ ঈশ্বৰ;
আছিলো স্নেহৰ এ;
আছিলো মই তোমাৰ॥ ৫৮
হেৰা প্ৰাণ যাই;
কেন মতে মই এ;

পূৰ্ণচন্দ্ৰ সম নেদেখি তোমাৰ মুখ।

বদন তোমাৰ,
মিলে বহুতৰ,

দেখিলে আমাৰ;
আনন্দ আমাৰ এ;

বিধাতা বঞ্চিলে সি সব আমাৰ সুখ॥