পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 49 ] বাৰ চক্ৰৰ বাৰ ৰবি এই বাৰ জন। একান্ত ভাৱে কৰে সেৱ৷ জন-গণ-মন॥ দেশৰ কামত দহৰ কামত নিয়োজিত প্ৰাণ। স্বাধীন দেশত উৰাই আছে ত্ৰিৰঙ্গ৷ নিচান॥ তুমি চিত্তবৃত্তি মোব প্ৰাৰ্থনা তুমি নাথ, মই চৰণ-ছত্ৰৰ ছায়া কৰা দয়া মেকি তুমি মোৰ অন্তৰ্য্যামি দত্তে তৃণ তুলি ল ধৰ্ম্মক জানোহো মই প্ৰবৰ্ত্তক নাৰায়ণ জানি কৃপা কৰা হৃষীকেশ। নাথৱন্ত। হৃদিস্থিত হুৱ| তুমি দিয়া দূৰ কৰা মায়৷ ভগৱন্ত॥ তযু ভৃত্য ভৈলো আমি দিয়া মোক সেহি উপদেশ। ‘ন জানোহে৷ আৱাহন যি মতে সেৱাত ৰও অধৰ্ম্মত নিবৃত্তি নৌহয়। তথাপি প্ৰবৃত্তি নাই যেন কৰাবাহ| স্বামি! হৃষীকেশ কৰিৰে৷ তেনয়॥ ন জানোহে৷ বিসৰ্জ্জন পূজা মন্ত্ৰন জানে৷ কিঞ্চিত। এতেকে পৰমেশ্বৰ দাস ভৈলে৷ চৰণৰ মোৰ গতি সাধিৰে উচিত। [ ঘোষ৷ ] Al