পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 5• } জাতীয় সঙ্গীত অ-মোৰ আপোনাৰ দেশ— অ-মোৰ চিকুণী দেশ- এনেখন শুৱল৷ এনেখন সুফলা এনেখন মৰ্মৰ দেশ॥ অ-মোৰ সুৰীয়া মাত অ-মোৰ দুৱদি মাত— পৃথিবীৰ ক'তো বিচাৰি নো পোৱা— জনমটে৷ কৰিলেও পাত॥ অ-মোৰ ওপজ। ঠাই অ-মোৰ অসমী’ আই— চাই লওঁ এবাৰ মু’খনি তোমাৰ হেপাহ মোৰ পলোৱা নাই!!