পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 89 সকলৰ ওপৰত থাকে আমাৰ প্ৰধান মন্ত্ৰী। অইন সকল যন্ত্ৰ যেন তেওঁৱেই আচল যন্ত্ৰী। ৰাজবিষয়া প্ৰতি বিভাগত আছে চেক্ৰেটৰী। সহায়কাৰী প্ৰতিজনাৰ আণ্ডাব-চেক্ৰেটৰী॥ প্ৰতি বিভাগতে আছে অসংখ্য কেৰাণী। ওপৰওৱাল৷ ৰেজিষ্ট্ৰাৰ তেওঁ জ্ঞানীগুণী॥ চীফ চেক্ৰেটৰী জন হ’ল বিষয়৷ প্ৰধান। সকলে৷ বিভাগত তেওঁৰ আছে পুৰা জ্ঞান॥ প্ৰতি জিলা মহকুমাত প্ৰতি । SHION S থাকে নান৷ ৰাজ-বিষয়৷ সৰু, মাজু ডাঙৰ॥ পাব্‌লিক্‌ চাৰ্ভিচ কমিচনৰ জ্ঞানীগুনী তিনিজন। মিলি জুলি কৰে সদ৷ বিষয়৷ নিৰ্বাচন॥ সবাৰ ওপৰতে আছে প্ৰদেশপাল গবৰ্ণৰ। প্ৰতিটো বিষয়ত সদ! আছে তেওঁৰ নজৰ॥ দেশৰ চাকৰ দহৰ চাকৰ ৰাজ বিষয়াগণ। দেহেকেহে চলাই আছে দেশৰ সুশাসন॥ 200