পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 8 ] অঙ্ক গণনা একে—চন্দ্ৰ, ভূমি, গুৰু; তিনে—ঋণ, বাগ, গুণ; পাঁচে –মকাৰ, ভূত, বাণ; সাতে— অশ্ব, মুনি, সাগব; ন’য়ে—ভাৱ, মণি, ৰস; দুয়ে—পক্ষ, চকু ভুক॥ চাবিত –বেদ, জীব, যুগ॥ ছ’য়ে –ঋতু, বিপু, ৰাগ॥ আঠে— ধাতু, বসু, পাহাৰ॥ দশ-এ—দিক্, কৰ্ম্ম, অৱতাৰ। - আধুনিক শাসন পদ্ধতি আমি গাৱঁলীয়াই ভোট দি কবে। মেম্বৰ নিৰ্ব্বাচন। সেই অঞ্চলব তেওঁ মুখীয়াল-পায় কাউন্‌চিলত আসন। বাজনৈতিক ভিন্‌ ভিন্‌ দলব ভিন্ন ভিন্‌ দলপতি। মিলি জুলি ডাঙৰ দলব বাছে কেইজন মন্ত্ৰী | শিক্ষা, ৰাজহু, আবগাৰি, স্বায়ত্ব-শাসন। খোৱা-যোগনীয়া, পুলিচ, বন, গৰকাপ্তানী, শাসন॥ সমবায়, শিল্প, স্বাস্থ্য, গাৱঁ-উন্নয়ন। বিভাগ আদিত মন্ত্ৰী বাছি দিয়ে সদস্যগণ॥ কোনো কোনো মন্ত্ৰীৰ লগত থাকে সহায়কাৰী। নিৰ্বাচিত সদস্য তেওঁ—পাৰ্লিয়ামেণ্টাৰী চেক্ৰেটৰী॥