পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

L 45 } আধুনিক যন্ত্ৰ দূৰণিৰ সদ্য কথা বেডিও যন্ত্ৰত। দূৰণিৰ বাতৰি আনি দিয়ে টেলিগ্ৰামত। এবোপ্লেন আকাশী-জাহাজ পলকত তাৰ গতি। মলিবস্তু মানুহু বয় বণত থাকে মতি॥ সাগৰত জাহাজ চলে নৈত চলে ষ্টীমাৰ 1 থলত চলে ৰেল মটৰ লৰি বাছ ট্ৰেক্টাব॥ আকাশত যুজাৰু জাহাজ ৰোমাৰু ফাইটাৰ৷ সাগৰৰ পানীত যুজে টৰ্পেডো ডেস্ট্ৰুয়াৰ॥ ভূঁইত অস্ত্ৰ ৰাইফেল, টেঙ্ক, ব্ৰেনগান, কামান। তাক লৈ আমাৰ বীৰ সন্তাৰ্নে ৰাখে দেশৰ মান॥ 06- আধুনিক সাজপাৰ ব্লাউজ, বডিচ, শাড়ী আজি পিন্ধে তিৰোতাই। কোট, পেণ্ট, কামিজ, নেকটাই পিন্ধে সব লৰাই॥ বুট, জুতা, চটি, চেণ্ডেল সবাৰে ভৰিত। হাতত চুড়ি; কাণত দোল; হাব লকেট ডিঙিত। মেখেলা, ওবনি, বিহা প্ৰাচীন কলীয়৷ ৰীতি। ধুতি, চাদৰ, বুকুছোলা, পাগত হো’ক মতি॥