পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰোগ নেওত ‘এৰিযোৱ৷ ভাৰত’—বাণী—গান্ধীজিৰ বচন। উগুল থুগুল লাগিল দেশত—লাগিল মহাবণ। অসমীয়৷ বীৰ দশ জনাৰ — খ্যাতি দেশময়। কুশলকোৱঁৰ ফাচিত মৰিল,—থাকিল বাকী ন(য়)’॥ ১০–১=৯ কুমাৰী শ্ৰীকনকলতা—বাঁৰ বাল৷ সাক্ষাত। লৈ যায় জাতীয় নিচান— গহপুৰ থানাত॥ বন্দুক হাতত পুলিচে যাই আগুৰিলে বাট। হু হুহুকি প্ৰাণ ত্যজিল--বাকা থাকিল আট॥ ৯-১৮ ॥ নগাওঁ জিলাৰ বৰমপুৰ গাঁৱত ইংৰাজ কাপ্তান। লাঞ্ছন৷ দি প্ৰজাক কাড়ি—নিয়ে কংগ্ৰেছ নিচান!! ভোগেশ্বৰী ফুকননী বৃদ্ধ৷—বাঁৰ সাক্ষাত। নিচান নি দি প্ৰাণ দিয়ে বাকী থাকিল সাত॥ ৮–১=৭