পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 37 ] স্+ত্‌+ৰ=স্ত্ৰ—সমাজ শাসনৰ অস্ত্ৰ জানা শাস্ত্ৰ খন। সন্ত্ৰস্ত হৈ সদ৷ তাক কৰিব| পালন॥ d হ+ণ=হু \_ তাপৰাহুত জহ্ন মুনি জাহ্নবীৰ পাৰত। হ+ন=হ্ন) আহ্নিক কৰি বত সদা পুজ৷ হোম জপত৷ হ + ম =হ্ম—ব্ৰহ্মৰূপী সনাতনে প্ৰণমে ব্ৰাহ্মণ। পুষ্কৰত ব্ৰহ্মাৰ মূৰ্ত্তি পূজে সৰ্ব্বজন॥ হ্‌ +য=হ্য—গুহ্য কথ| গ্ৰাহ্য নহয় বাহ্যকৈ কলে। ন্যায্য কথা সহ্য কৰে বুদ্ধিমান সকলে॥ হ্ৰদৰ পাৰত হ্ৰেষ৷ ৰৱ শুনি ব্ৰাহ্মণগণ। গৰ্হিত ভাৱে কয় স্তুতি কৰে অৰ্হতগণ॥ হ +ধ=হব—বিহবল হৈ গহবৰলৈ গৈ কৰিছে আহ্বান। বহ্বাৰম্ভত লঘু ক্ৰিয়া হয় অনুমান॥ S হ +ৰ=হু) ব্+হ= ৰ্হ) হ্ +ল=হল—প্ৰহ্লাদ হল আহ্লাদিত নৃসিংহ ৰূপ চাই। কলাৰ হাতত নমি বোলে ৰাখা যদুৰাই॥ -