পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩৬ ] স্কুলত পায় ভাল পুৰস্কাৰ। মিছাই লস্কবে তাক কবে তিৰস্কাৰ॥ স্+ক=স্ক—ভাস্কৰে স্+খ= স্খ—দুষ্ট সঙ্গীৰ দোষত হয় সন্তবে| স্খলন। প্ৰায়শ্চিত্তকৈ পিচত কবে নিজ পাপ স্খালন॥ স্+ম=স্ম—স্মৃতি গ্ৰন্থত লিখা আছে ভজন আচৰণ। শ্ৰৱণ, কীৰ্ত্তন, পদসেৱ৷, বিষ্ণু নাম স্মৰণ॥ স্+ত=স্ত—সস্ত| দৰত বস্তু কিনি বস্ত| ভৰাই লয়। বন্দোৱস্তকৈ কস্তুৰাবাই আশ্ৰমত নি থয়॥ স্+থ=স্থ—সুস্থদেহ| গৃহস্থগণ কৰিছে প্ৰস্থান। আচ্ছা নাই মৌজাদাৰ্ত যাব নতুন স্থান॥ স্+ন=স্ন—স্নেহবস্তু গাত মাখি সদাই স্নান কৰে। - স্নায়ুৰোগে সেইজনাক কেতিয়াও ন ধৰে॥ আম্পৰ্দ্ধাকৈ মালযুজাৰুৱে আস্ফোট মাৰি উঠি। এক আস্ফালে শত্ৰুজনৰ উঠিল গৈ পিঠি॥ স্+প=স্প— স্+স্ফ = স্ফ— স্+য =স্য-শস্য বেচি যশস্যা লাভ কৰিছে বেপাৰী। হাস্য কৰি লাস্য ভাৱে নাচে ককাল ধৰি স্+ৰ=অ—প্ৰভ্ৰবণত ধাৰা যেন ওলাইছে অজস্ৰ। ওস্তাদে এস্ৰাজত সুৰ বজাইছে সহস্ৰ | ||