পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 5 ] শ,+ম = শ্ম— অশ্মভেৰ্দিৰ পাতৰ ৰস তাশ্মৰীৰ দৰৱ। শ্মশানত বিনাশ হয় সবাৰ গৰৱ॥ য,+ক = ষ্ক—পুষ্কৰ তীৰ্থলৈ গৈ ৰাট পালে হুক্কৰ। জ্যোতিষ্ক চাই পালে গৈ কিষ্কিন্ধ্যা নগৰ॥ ষ্+ম =ষ্ম—ভীষ্মকৰীৰে প্ৰতিজ্ঞ৷ বৰ ভীষ্ম দম কৰে। গ্ৰীষ্ম কালত খঙ্গৰ উষ্মাই জ্বলি পুৰি মৰে। পুষ্ট দেহ| দুষ্ট লৰাই উষ্ট্ৰক লোষ্ট্ৰ মাৰে। জ্যেষ্ঠ জন হল কুষ্ঠৰোগী কোনে কাক সামৰে॥ ষ্+ট = ষ্ট = ষ্ +টঁৰ= 7+ 8 = $ = ষ্+ণ= ষ্ণ—কৃষ্ণ বিষ্ণু পূজা কৰি বাদ্ধষ্ণু ভকত। তৃষ্ণা পালেও বিতৃষ্ণা নাই হৰিৰ নামত॥ ষ্ +য =ষ্য—ঋষ্যশৃঙ্গ মুনিৰ আশ্ৰম শিঙ্গৰী জনাজাত। পুৰ্য্যবৰ্ম্মাই গোপেশ্বৰ শিৱ পূজি আছিল তাত॥ ৰ্ +ষ=ৰ্ষ—বৰ্ষাকালত হলকৰ্ষণ কৰে হৰ্ষ মনে। ঈৰ্য্য৷ কৰে চহাৰ ধন দেখি পাৰ্ষদগণে॥