পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩২ ] নৃ+ত্-ব=ন্ত্ৰ—মন্ত্ৰী হোৱা যন্ত্ৰণা বৰ সাধাৰণ তন্ত্ৰত। অন্ত্ৰভেদি কথা উলিয়ায় বাতবিযন্ত্ৰত। প্ +ত=প্ত—সপ্ত জন ভকতে মিলি আপ্ত বাক্য কয়। সপ্তাহতো তপ্ত গাখীৰ পোৱা টান হয়। প্‌+য=প্য—তুলসীৰ জাপ্য মাল৷ নিজৰ ডিঙ্গিত আৰি। আপ্যায়িত হৈ ভকত জনে জপে ৰামহৰি প্‌+ৰ=প্ৰ—প্ৰতি জীৱৰ প্ৰৱৰ্ত্তক প্ৰভু নাৰ৷য়ণ। প্ৰলয়ত প্ৰবেশে সবে তেওঁৰে চৰণ॥ ৰ্ +প=প—সৰ্পধাৰী সদাশিৱ দৰ্পহাৰী হবি খপৰত অৰ্পিছে মদ তান্ত্ৰিক পূজাৰী॥ প্ +ল=প্প—লোহিতৰ প্লাৱনে দেশত ঘটালে বিপ্লব। চাপ্লাই মন্ত্ৰীয়ে যোগান দিয়া হল অসম্ভৱ। ফ্+ৰ=ফ্ৰ—আই-ফ্ৰা-লুঙ পূজ৷ কবি ফ্ৰাচেঙ-মুঙ বীৰ চিফ্ৰাং দি তুৰুকক খেদে কৰতোৱাৰ তীৰ। ৰ্ + ফ=ৰ্য—শফৰীয়ে জাল ছিঙ্গি উফাল মাৰি গল। ৷ ৰৌ বৰালি কাটল গাগল আটক পৰি ৰল।