পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দৃ+ৰ=দ্ৰ ৰ্ + দ =দ দ্+ৰ্ + উ = দ্ৰু - [ ৩১ ] | হৰিদ্ৰা আৰ্দ্ৰক ৰস গা’ত কৰি মৰ্দ্দন। দৰিদ্ৰই দদ্ৰু কাহ কৰে নিবাৰণ॥ ৰ্+দ্+ধ = ৰ্দ্ধ—বৰ্দ্ধমানৰ অৰ্দ্ধৰাটত ঊৰ্দ্ধবাহুমুনি। সাৰ্দ্ধহাত কাপোৰ পিন্ধি কটাইছে ৰজনী॥ ধ+য=ধ্য—সাধ্যমতে দ্বিতীয় আধ্যা পঢ়ি ভাগৱত। আৰাধ্যক পূজি মগ্ন আধ্যাত্মিক ভাৱত॥ + বাটত গৃধ ৰাজে সীতাক দেখা পায়। ৰ = লোধু ফুলৰ ৰেণুলৈ নমে তেওঁৰ পাৱ। +ব= ধ্ব—বংশী-ধ্বনি শুনি ভকত অধ্বলৈ যায়। মধ্বাচাৰ্যক দেখা পাই নমে তেওঁৰ পাৱ॥ নৃ+ম=ন্ম—উন্মনা হলেও জ্ঞানীক কৰিব৷ সন্মান। সবাক সন্মতি দিয়ে নিজে ভগৱান। নৃ+ধ+য =ন্ধ্য—বিন্ধ্যাচলত সান্ধ্য আইন কৰিলে ৰজাই জাবি। সন্ধ্যাকালত অমান্য তাক কৰে বন্ধ্যা নাৰী।