পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 38 ] ম্+ল =ঘ্ন—অম্লৰোগীৰ শ্লেচ্ছভাৰ সদাই মুখ ম্লান। আহাৰত তেওঁৰ ৰুচি নাই, উদৰত আম্মান। ল্‌ + ক = ল্ক—চিল্কৰ কাপোৰ কিনি শুল্ক দিয়া নাই। টেকেলাই শৃঙ্খল লগাই বল্কল পিন্ধায়॥ ল্+প =ল্প—কল্পনা জল্পনা কৰে সাধাৰণ জনে। গল্প লেখে চেৱ লৈ সাহিত্যিকগণে॥ ল্+ব=ল্ব—পল্বলৰ পাৰত আছে সদাশিৱৰ থান। বিল্বপত্ৰই পূজা কৰি বহি কৰে ধ্যান॥ লৃ+ম =ল্ম—কল্মষপাদ মহামুনিৰ গুল্ম লতাৰ ঘৰ। জান্ম সাধু কে নোজনাক না ভাৱে ভিন্‌ পৰ।

  • শ + = চ ) পশ্চিমলৈ নি শিৰশ্ছেদ হৰিজোৱাইৰ কৰে৷

শ +ছ =ছ পশ্চাত থাকি মাধৱদেৱে হৰিৰ নাম সুমৰে। শ+ন =শ্ন—শিশ্ন পূজা বেদৰ ৰীতি শিৱলিঙ্গৰ মূল। প্ৰশ্ন কাৰ্ব ছাত্ৰজনে বুজিলে তাৰ ভুল॥ শ+ৰ=শ্ব-–শ্বাস প্ৰশ্বাস বিশ্বপিত৷ ঈশ্বৰৰ দান। বিশ্বাসে আশ্বাস মিলে তৰ্কে বৰ টান॥