পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩ ] ব্+ষ=বj—ব্যৱসায়ীয়ে অৰ্থৰ তাৰ কৰে ব্যৱহাৰ। ব্যগ্ৰভাৱে ব্যথা দূৰ কৰোঁতে প্ৰজাৰ॥ বৰ্ব্বৰৰ কি ব্ৰত ব্ৰীড়া খৰ্বৰ কিবা গতি। ব্+ৰ=ব্ৰ ৰ্ + ব =ৰ্ব্ব-— ) পৰ্বৰ দিনত সৰ্বজনৰ গৰ্ব্বা নাচত মতি॥ ব্+ল=ব্ল—কুব্লাই খাঁই তব্লা বজায় চীনদেশ জয় কৰি। ‘খুব্লেই’ বোলে খাচিয়৷ জনে ‘উব্লেইক’ পূজা কৰি। ভ্য= ভJ | +ৰ=ভ্ৰ ব+ভ=ৰ্ভ সভ্য জনে লভ্য অংশ অইনক দান কৰে। ভ্ৰম কৰিও বন্ধুজনক বিভ্ৰম নকৰে॥ সভ্ৰম কৰি কথা কয় গৰ্ভধাৰিণী মাক। দৰ্ভ,ফুল দি পুজ| কৰে সদাই দেৱতাক॥ ম্+য =ম্য—সাম্যকামী গ্ৰাম্য লোকে ভ্ৰাম্যমানক কয়। আমাৰ কাম্য সুখশান্তি অইন একোনহয়।॥ মৃ+ব =ম—আগ্ৰবনৰ পৰা আনি তাম্ৰলিপিখন। নম্ৰভাবে পঢ়ি কৰে তত্ত্ব উদ্ঘাটন॥ ৰ.+ল =ৰ্ম্ম—শৰ্ম্মাদেৱে ধৰ্ম্মতত্ত্ব কৰিছে বাখান। চৰ্ম্মকাৰ দুৰ্ম্মতিয়েও লভি আছে জ্ঞান॥