পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ - ] ব্+ত = ঔ । সৰ্ত্ত মতে কাৰ্তিকত বাৰ্ত্তিক| পাঠ কবি। ত+ত্+ব= ত্ত্ব গুৰুব মহত্ত্ব বঢ়ায় চৰণ সেৱ| কৰি॥ +য =থ্য—ৰোগৰ তথ্য জানি পথ্য দিলে কবিৰাজ। তাক না খাই মিথ্যাকৈ দিলে মোক লাজ॥ ব+থ = ৰ্থ—যুদ্ধ কৰ| অনৰ্থ মূল পাৰ্থে কয় বাণী। পৰমাৰ্থ যাদৱে কয় গীতাত ৰাখানি॥ দ্‌+গ=গ—মৌদ্গল ঋষিৰ পুত্ৰই মুদ্গব লৈ হাতত। বিযোদ্গাৰ কৰি আছে সদাই বাক্যত॥ দ্+ঘ=দঘ—পুব৷তত্ত্ব আলোচিয়া তথ্য উদ্ঘাটিলে। সেই কাৰণে তত্ত্বভূষণ উপাধি তেওঁক দিলে৷ ― দ্বীপলৈ গৈ দ্বিতীয়৷ তিথিত উদ্বেলিত মন। অদ্বৈত ভাৱেৰে ভজে শ্ৰীহৰিৰ চৰণ। দ+ভ =দ্ভ—সদ্ভাৱ এৰি উদ্ভণ্ডালিকৈ অদ্ভূত কথা কয়। মাটিত উদ্ভৱ হে৷ৱ৷ উদ্ভিবোৰ জীৱ নয়॥ দ্+ম =দ্ম—ছদ্মবেশী সাধুজনে পদ্মলৈ হাতত। ভণ্ডাৰ্মি কৰিছে দেখা পদ্ম৷ নৈৰ পাৰত॥ দু+য =দ্য—মদ্য খাই গদ্য পঢ়িলে পদ্যৰ নিচিনা। অদ্য কয় কৰিছিলো সত্য এক ভাৱনা॥