পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২৯ ] জ্‌+য=জ্য—আজ্যপুৰাই হোম কৰি ৰাজ্য লাভ কৰে। তাকে ও এবি গুছিগল সাযুজ্য লাভ কৰে। জ্ +ৰ=জ ) বজ্ৰপাত হয় যেন শুনে৷ ঘনে ঘন। ব্ + জ =ৰ্জ্জ) অৰ্জ্জনে কবিছে আজি ঘোৰ দুৰ্জ্জয় বণ॥ - নৃ+য=ণ্য—পুণ্যব কাৰণে শূণ্য-বাদত লভিলে শবণ। ঘৃণ্য ভাৱে ভণ্ড গণ্য কৰে সঙ্গীগণ॥ ৰ + ণ =ণ—উত্তমৰ্ণ নহয় দাতাকৰ্ণ অধমণই জানে। সুবৰ্ণৰ কুণ্ডল ডাল কৰ্ণ ছিঙ্গি আনে। ত্+ব=ত্ব ত+ত্+ব=ত্ত্ব +ম=ত্ম ত+মৃ+য =ত্ম্য ৰ+ত+ম= ত্বচৰ পৰশ মোহ কটাবাৰ তৰে। ঋত্বিকে সাত্ত্বিক ভাৱে জপতপ কৰে। মহাত্মাৰ শুদ্ধ কথা আত্মশুদ্ধি কৰা। গীতাৰ মাহাত্ম্য বুজি সত্য বত্ন ধৰা। ত্ + য =ত্য ত+ৰ=ত্ৰ সত্ৰলৈ গৈ ছাত্ৰবোৰে পকামিঠৈ খায়। ত.+ৰু,+উ =ব্ৰু | ত্ৰিভাৱে শত্ৰুজনক সৎকথা শিকায়॥