পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২৮ ] গ্+ৰ=গ্ৰ—উগ্ৰভাৱে কংগ্ৰেছৰ সংগ্ৰাম চলিছে। সাগ্ৰহে মহাত্মাজীয়ে সামগ্ৰী জোগাইছে! ৰ্ +গ=গ--চাৰি বৰ্গ ফল পায় গৰ্গ মহামতি। ভৰ্গ আৰু অৰ্গলাক পূজি দিনে ৰাতি॥ গ্ +ল = গ্ল ) মুখত তেওঁৰ গ্লানি নাই কথাত নাই জোৰা। লু+গ=ন্ন [বক্তাই বলকিছে যেন বল্গাহীন ঘোৰা। ঘূ +ন=ঘ্ন—অতিথিক গোয় বোলে পুৰণি ভাষাত। কৃতঘ্ন জনৰ বিঘ্ন য’তে দিয়ে হাত॥ ঘ +ৰ=ঘ্ৰ—ঘ্ৰাণ পাই ব্যাঘ্ৰ ভাৱি শীঘ্ৰে পলাই গল। বিচাৰ কৰি পিছত দেখে আছিল জোঁহামল৷ ৰ্ +ঘ=ৰ্ঘ্য) মহাৰ্য সামগ্ৰী কিনি অৰ্ঘ্য সজাই দিলে। ব+ঘৃ+য=ৰ্য) বানৰে ঘৰ্ষৰ কৰি টানি লৈ পলালে। চ+য=চ্য—উচ্চ-বাচ্য ন কৰাকৈ অচ্যুতে কয় বাণী। ন পাণ্ডৱক এৰি দিয়া গ্ৰাম পঞ্চখানি॥ ব+চ =চ্চ—ভালকৈ চৰ্চা কৰি কৰিলে ভাৰ্চ্চনা। সুখ্যাতি ন কৰি তেওঁক কৰিলে ভৰ্চ্চনা॥