পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 27 ] ক+ষ=ক্ষ—তক্ষকে বামুণ বেশে পৰীক্ষিতক হানে। ৰক্ষক ভক্ষক হ'লে কাক কোনে মানে॥ ক্+ষ+য=ক্ষ্য—সাক্ষ্য দিওঁতে লক্ষ্য নাই আচল কথাত৷ দুয়ে৷ পক্ষ আছে ৰত ভক্ষ্য বিচৰাত॥ ক্+স=ক্স—নক্সা চাই টেকেলাই টেক্স আদায় কৰে। ৰিক্সাৰ উপৰ বাক্স লৈ ঘৰে ঘৰে ফুৰে খ+য=খ্য—আলেখ্য চাই ব্যাখ্যা কৰে ভাগৱত কাহিনী। সখ্যভাৱে মুখ্যজনে সমজুৱাক দিয়ে বাণী॥ খ+ৰ=খ—বাঘ-দেৱতাক উমখা বুলি পূজে মিকিৰ জাতি। চুখ্ৰাফ| নৃপতি আছিল চুবিন্‌ফাৰ নাতি॥ ৰ +খ=খ—গোৰ্খাজ।তি বৰ যুজাৰু ভুজালি হাতত। গো-মূৰ্খ জনে বুৰ্খা দেখি পলাইছে ভয়ত॥ গ্+ধ =গ্ধ—দুগ্ধ খাই মুগ্ধ হল বিদগ্ধ ছৱাল। কেৰাহীত জুপি খোৱাত দগ্ধ হল কপাল॥ গ্+ন ==গ্ন—নগ্ন দেহ৷ বামুণ জন ভগ্ন ঘৰৰ চোকত। ৰুগ্ন হৈয়ে৷ মগ্ন সদ৷ পূজা হোম জপত॥ গ্+ ম =গ্ম) বাগ্মীবৰৰ যুগ্ম হাতে মেজত ভুকুৱাত মতি। প্ +য=গ্যভাগ্য গুণে যোগ্য জন আছিল সভাপতি॥