পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২ ] ভিন্‌ভিন্‌ ব্যঞ্জন যুক্তাখৰ –ঙ্ক ফলা- ক+ত =ক্ত—শক্তভাৱে তক্তাত বহি মুক্ত সৱ ভকত। যুক্ত কৰে ভক্তিভৰে গুনে ভাগৱত॥ ক্+য=ক্য—বাক্য নাই মুখত একো শাক্য মহামুনি। সালোক্য লভিছে বোলে চাণক্যয় কয় শুনি। ক্‌+ৰ=ক্ত—চক্ৰয৷নত বক্ৰপথত শত্ৰু পৰাক্ৰমী। তক্ৰ হাতত শুক্ৰ গুৰুক নমে পৰি ভূমি। ৰ্ +ক=ক --অৰ্কদেৱক পূজে বামুণ মধুপৰ্ক দানে। মিছামিছি তৰ্ক কৰে সতৰ্ক না মানে॥ ক্+ল =ক্ল—চুক্লেংমুঙ্গে বিয়া কৰায় ছক্লং ৰীতি মানি। শুক্লপখীয়া মাজনিশা শুক্ল কাপোৰ আনি। ক+ব =ঙ্ক—অপক্ক মধুবি-আম পায় যদি লৰাই। পঙ্ক কাঠাল আম অমৃতা দূৰত থয় পেলাই॥ ক++ঋ=ভূ ) আৰকত বক্ত, হ’ল বক্তৃভাৰ কালত। ক+ত্+ব =ক্ত ∫শক্তিপূজাতৰ ক্ত ফোট লয় নিজ ভালত৷ ক+ম=ক্ম—কক্মিণীৰ হৰণ কথা শুনি ৰুক্মবীৰ 1 যাদৱক গালি পাৰে খঙ্গত হয় অধীৰ॥