পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২৫ ] ন - য+ য =য্য ) শয্যাত পৰিয়| কান্দে সাহায্যৰ কাৰণ। ব্ + = [সূৰ্য্যৰ পিনে হাত বঢ়াই জপে আৰ্য্যগণ॥ লল্ল য=ল্য — শল্যৰীৰৰ তুল্য সিজন কথাৰ মূল্য নাই। অহল্যাক মই কল্য চাম—বুলি যায় পলাই॥ ল+ল=ল্ল—পল্লীগাৱঁত উল্লসিত হ’ল চহাগণ। নাটক হল্লা ( বল্লম হাতত পালে গৈ বন॥ ব্ল্ +য=ৱ্য—ৱ্যাসকলাই বাথুৰ সবে গীতাৰ বাখান শুনে। হুৱ্য কৱ্যত ফল নাই হৰিব নাম বিনে॥ শ+য=শ্য )বেশ্যাগণে বশ্য কৰে ধনী মানুহ চাই। শ+ৰ=শ্ৰ)সুশ্ৰী বেশে অশ্ৰুপাত কৰি বোলে ভাই। ব্ + শ=ৰ্শ—অৰ্শ ৰোগত ভুগি উঠি বৰ্ণ৷ লৈ হাতত। শত্ৰুৰ দৰ্শন পাই লবি যাৰ পিছত॥ • +ল=শ্ল—শ্লোক বাখানত পণ্ডিতৰ শ্লাঘাৰ কথা শুনি। অশ্লীল ভাষাত কুশ্লীল গালি দেয় অভিমানী॥