পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 24 ] ৷ ধ=ন্ধ—অন্ধ জন বন্ধ থাকি এন্ধাৰ ঘৰত৷ গান্ধীৰ সন্ধান পায় লোকৰ মুখত॥ ন্+ন=ন্ন---একে চৰুৰ তান্ন খাই ভিন্ন ভাৱ হ'ল। খুন্দ৷খুন্দি কৰি সৱ উছন্নলৈ গ'ল। প্প=প্প—অসমৰ ওখ পাহাৰ জাপ্পো কোহিমাত। টপ্পা গাই বাপ্পাৰাও উঠিল গৈ তাত॥ স্ব=ৱ—মুবৱ| খাই আব্বাছ আলিয়ে দাঁত নিকটাই হাঁহে। চাব্বাছ বুলি ভবাবকে লাহে লাহে কাহে। ম্+প =ম্প—লম্পটে চম্পট দিলে সম্পাতৰ ভয়ত। কম্পিত ভাৱেৰে নিলে চম্পক হাতত॥ ম্+ফ =ম্ফ—ইম্ফললৈ যাব শুনি গোম্ফত দিয়ে মোচৰ। পাহাৰত গুম্ফা হেৰি কাম্পে থৰ থৰ॥ ম্+ব=ম্ব—অম্বালিকাই অম্বুবাচিত বিম্বফল খায়। কম্বলত কদম্ব ফুল ভৰাই লৈ যায়॥ মৃ+ভ=ম্ভ—পৰিবৰ নাই সম্ভাৱন| দম্ভ কৰি কয়। কাপোৰ চম্ভালি পানী কুন্ত ভৰি লয়। মূ+ ম = স্ম—মহম্মদৰ বাণী কোৰাণ আহাম্মকে না জানে। সম্মোহন বিদ্য৷ শিকি একোকে না মানে॥