পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Gauhat University. ণ+ড= ও— ডাণ্ডা কোবাই সেই জনক ঠাণ্ডা কৰি দিব॥ গণ্ডত দুই চৰ মাৰি গণ্ডপ এৰুৱাইবা॥ ত্‌+ত=ত্ত—বিত্ত ষাৰ ঘৰত আছে চিত্ত তাৰ থিৰ। মত্ত 'জন উত্তৰ দিয়াত সদাই অধীৰ 11 ত+থ=থ—উত্থান পতন হয় জগতৰ ৰীতি কুলখ কলাই দি কৰে পূজাৰ আবতি॥ ত্‌+ন=ত্ন—যত্ন যেই কৰে সেই ৰত্ন লাভ কৰে। সযত্নে ন কৰি কাম দুঃখ ভুঞ্জি মৰে॥ দ=দ =দ্দ—খদ্দৰৰ কাপোৰ কিনে নিধিৰাম পোদ্দাৰ। মন মাথোন নাই তাত উদ্দাম লৰাৰ॥ দ্+ধ=দ্ধ—অনিৰুদ্ধই যুদ্ধ কৰি বদ্ধ হ’ল গড়ত। যাদৱে শুনিলে কথা উদ্ধৱৰ মুখত॥ নৃ+ত=ত্ত—দন্ত মেলি ক্বতান্ত যেন জন্তুবোৰ আহে। সন্ত জনে শান্ত ভাৱে তাকে দেখি হাঁহে॥ ন্ +থ =ন্থ—-মন্থনৰ মাঠি ভাঙি কলীয়াই দৈ খায়। পান্থ সাজি পন্থ| ধৰি কহু৷ লৈ যায়॥ ন্+দ=ন্দ—আনন্দৰ কন্দ যেই সেই সদানন্দ। মন্দ লোকে দন্দ কৰি হয় নিৰ্বানন্দ