পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[২২] জ্ + জ = ঞ্জ—লজ্জাৰ ভয়ত বজ্জাতক কদাপি নেৰিব॥ ৰজ্জু দি মেৰাই ধৰি দুই চৰ মাৰিবা। +ঝ=জ্ব—কুজ্বাটিকা ঘন কুৱঁলি মাঘ মাহৰ বাতি। উজ্জ্বাটিক। ভব্বি সাজ পুৰণি কলীয়৷ ৰীতি॥ জ জ্ + ঞ= —অজ্ঞ লোকে কথা কয় বিজ্ঞৰ নিচিনা। যজ্ঞ দেখি জিজ্ঞাসিছে কিহৰ ভাৱনা॥ ঞ+চ = ঞ্চ—–পঞ্চ জন বঞ্চক আহি মঞ্চত উঠি ৰল। সঞ্চিত ধনত বঞ্চিত কৰি চোঞ্চা মাৰি গল। ঞ+ছ =ধু—লাঞ্ছনা নাপাম বুলি বাঞ্ছা যদি মনে। উচ্ছ্ৰভাৱ এৰি কৰা জি কাম যতনে। ঞ + জ =ঞ্জ—গাঞ্জা এৰি আঞ্জা খাই সঞ্জাত হৈ শুনি। সঞ্জয়ে বাখান কৰে ধনঞ্জয়ৰ বাণী। ট্‌+ট=ট্ট—খোট্টাজনক পাট্টা বেচি চোব-চোট্টাই কাঁহে। ঠাট্ট৷ কৰি অইন জনক অট্ট হাঁহি হাঁহে॥ দেশৰ কণ্টক সিটে৷ ঘিণ সবে কৰে। 1+6=5 ণ+ঠ=ণ্ঠ কণ্ঠত শিকলি লগাই গছকি তাৰ মাঝে।