পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[2] মুক্তাখৰ—ক-কলা ক্‌+ক=ক্ক—পোৱামক্ক৷ থান আছে হাজোৰ ওচৰত। ফুন্ধনে কঙ্কোৰ কৰি কাঁহে অবিৰত। ঙ+ক =ঙ্ক—লঙ্ক৷লৈ যাওঁতে মোৰ মনত শঙ্কা হয়। সোণৰ পঙ্কজ আছে লোকে মিছাই কয়। ত্ +খ=ঙ্খ—নামঘৰত শঙ্খ বজায় পূজাৰী বামুণ। ময়ূৰপঙ্খী পাঙ্খা বনায় হাটিত ভকতগণ॥ ঙ্ +গ=ঙ্গ—খঙ্গত পৰিল ৰঙ্গা কুৰঙ্গ-নয়নী। সঙ্গীৰ ইঙ্গিতে বধে ৰাঘৱক হানি॥ ঙ + ঘ = ঙ্ঘ—খাচিয়| পাহাৰ লঙ্ঘি জঙ্ঘ|-পীঠ থান। কলিযুগত সঙ্ঘভাৱক সবে কৰে মান॥ al 63 চ+চ=চ্চ–উচ্চকৈ উচ্চাৰণ পঢ়োঁতে কৰিব!! খচ্চৰৰ চিঞৰ শুনি ভয় ন কৰিবা॥ চ+ছ =চ্ছ—আচ্ছা ভাল--তুচ্ছভাৱে কভু নুবুলিবা ইচ্ছাকৈ কুচ্ছিতকে| হেলা নকৰিবা॥ চ +ঞ = জ্ঞ—মানীলোকে যাচ্ঞ৷ কৰা ভাল নাই পায় তথাপি পাঁচখন গাওঁ মাগে যদুৰায়॥