পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ S ] ই-কাব=f - জাৰ ক অ। কাব= | — অ|মাৰ গাৱঁত ভাল বাট। গাঁয়ন বায়ন বজাৰ পাট॥ খাচিয়া মিশমি মিবি মিবি। ভাল পায় সবাই ওখ গিৰি॥ — কমলাবাৰীত গায় বৰগীত। ভাগৱত পাঠ আউনী ঘাটত। উ-কাব= —পুখুৰীত ফুলিল পছম ফুল। শিহুকক কৰিলে কুমীৰ ভুল॥ ঈ-কাব=↑ উ-কাৰ= —ধূলিমখ৷ গাভৰুৰ ৰূপ। দলনিত ঢক| পানীৰ কূপ॥ —তৃণ না খাই গাভী মৃত। মাতৃৰ গৃহত নাই ঘৃত॥ ঋ-কাৰ= এ-কাষ = 6 —থেকেৰ| বাহুৰত বণ লাগে। সেনাপতি ভয়তে ভাগে॥ ঐ-কাব=? —সৈনিক গৈছে নৈব পাবত। বৈঠা লৈ পলাই ৰ'ল ভৈয়ামত॥ ও-কাৰ=ণে—ভোগব। ভকতে টোকাৰী বায়। ভোটতালেবে নাম লগায় ঔ-কাৰ—ৗে—দিখৌৰ পানী থৌকি বাথৌ সৌমাৰ দেশত ওপজে মৌ | 3233 a d