পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ১ ২ ]

খৰতৰ বৰশৰ হত-দশ-বদন।
খগচৰ নগধৰ ফণধৰ শয়ন॥
জগদঘ অপহৰ ভৱভয়-শমন।
পৰ-পদ-লয়-কৰ কমলজ-নয়ন॥