পৃষ্ঠা:স্বপ্ন চৰিত.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৭ )


মৰি উখহি পৰি থকা জন্তুৰ শৱ আৰু স্ত্ৰী পুৰুষৰ চিন এই বিলাক স্বপ্নত দেখিলে বিপদ হব।

পাদুকা ফলকং ৰক্ত পুষ্প মাল্যং ভয়ানকং!
মাষংমচুৰং মৃদ্গম্বা দৃটা সদ্যে ব্ৰণম্ভবেৎ॥

খৰমৰ ফলি, ৰঙ্গা ফুলৰ মালা, মচুৰ ও মগু মাহ দেখিলে গ’ত খহু হয়।

পতিতং নখ কেশঞ্চ নিৰ্ব্বাণাঙ্গাৰ মেবচ।
ভস্ম, পূৰ্ণাঞ্চিতান্দৃষ্ট্বা লভতে মৃত্যু মেবচ॥

পৰিথকা নখ, চুলি, এঙ্গাৰ আৰু চিতাৰ ছাই এই বিলাক দেখিলে মৃত্যু হয়।

গোৰোচনং পতাকাম্বা হৰিদ্ৰা নিক্ষু দণ্ডক।
স্নিগ্ধান্নঞ্চ লভেৎ স্বপ্নে তস্য শ্ৰীঃ সৰ্ব্বতঃ সুখং।

গোৰেচনা, পতাকা, হালধি, কুঁহিয়াৰ, মিহিচাউলৰ ভাত স্বপ্নত পালে তেওঁৰ শ্ৰী আৰু সুখ বাঢ়ে।

দদাতিপুস্তকং স্বপ্নে যস্মৈ পুন্যবত্তেচ সঃ।
সভবেদ্বিশ্ব বিখ্যাতঃ কবীন্দ্ৰঃ পণ্ডিতেশ্বৰঃ।

স্বপ্নত যাক পুথি দিয়ে তেত্ত এজন বিখ্যাত কবী বা মহা পণ্ডিত হয়।