পৃষ্ঠা:স্বপ্ন চৰিত.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৮ )


প্ৰাপ্নোতি পুম্ভকং স্বপ্নে পথিবা যত্ৰ তত্ৰ বা।
স পণ্ডিতো যশস্বীচ বিখ্যাতশ্চমহীতলে।

স্বপ্নত বাটত বা যতে ত’তে পৰিথকা পুথি পালে তেওঁ পণ্ডিত আৰু পৃথিবী বিখ্যাত লোক হব বুলি জানিবা।

স্বপ্নে যস্মৈমহামন্ত্ৰং বিপ্ৰাবিপ্ৰো দদাতিচেৎ।
সম্ভবেৎ পুৰুষঃ প্ৰাজ্ঞা ধনবান গুণবান সুধীঃ।

স্বপ্নত ব্ৰাহ্মণী বা ব্ৰাহ্মণেই যাক মুল মন্ত্ৰ দিয়ে তেওঁ ধনী, গুণী আৰু বুদ্ধিমান হয়।

মৃতং বৎসঞ্চ মূণ্ডঞ্চ মৃগস্যচ নৰস্যবা।
যঃ প্ৰাপ্নোত্যস্থি মালাঞ্চ বিপত্তিস্তস্য নিশ্চিতং।

মৰি পৰি থকা গৰু পোৱালি, পহু বা মানুহৰ মুৰ আৰু হাৰৰ মালা পালে তেওঁৰ মৃত্যু ঘটে।

দধি দৃষ্ট্বাভ্ৰবেৎ প্ৰীতি গোময়ন ধনগমঃ।
ঘৃতে মন্দানলম্বিদ্য়াল্লাভঃ সিদ্ধাৰ্থ কেনতু॥

দৈ গাখীৰ দেখিলে প্ৰীতি বাঢ়ে, গোবৰ দেখিলে ধন পায় ঘিউ দেখিলে পেত বেয়া হয় আৰু বগাসৰিয়হ দেখিলে লাভ হয়।