পৃষ্ঠা:স্বপ্ন চৰিত.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬ )


জলৌকাং বৃশ্চিকঞ্চৈব সৰ্পঞ্চ যদি পশ্যতি।
ধনপুত্ৰঞ্চ বিজয়ম্পতিষ্ঠাম্বাল ভেদিতি।

জোক, বিছা, সাপ, দেখিলে তেওঁৰ ধন, পুত্ৰ, জয় আৰু কীৰ্ত্তি লাভ হয়।

দিব্যা স্ত্ৰী যদুগৃহং গত্বা পুৰীযং বিসৃজে যদি।
অৰ্থ লাভো ভবেতস্য দাৰিদ্ৰঞ্চ প্ৰযাতিহি৷

সুন্দৰী স্ত্ৰীলোকে যাৰ ঘৰলৈ গৈ শৌচ কৰে, সেই জনৰ দৰিদ্ৰতা দূৰ হৈ ধন বাঢ়ে।

যস্য গেহং সমায়াতঃ ভাৰ্য্যায়া ব্ৰাহ্মণো যদি।
পাৰ্ব্বত্যা সহ সম্ভুৰ্ব্বা লক্ষ্যা নাৰায়ণো হপিবা

স্বপ্নত যাৰ ঘৰলৈ সস্ত্ৰীক ব্ৰাহ্মণ আহে সেই ঘৰলৈ পাৰ্ব্বতী সহিত শিব, বা লক্ষ্মী সহিত বিষ্ণু আহে।

ভগ্নভাণ্ডং ক্ষতং শূদ্ৰঙ্গল কুষ্ঠ ৰোগীণং।
ৰক্তাবৰঞ্চ জটীলং শুকৰং মহিষং খৰং॥

অন্ধকাৰং মহাবোৰং মৃতজীবম্ভয়ঙ্কৰং।
দৃট্বাস্বপ্নে যোনি লিঙ্গং বিপত্তিং লভতেধ্ৰুবং॥

ভগা পাত্ৰ, ঘা ,সুদিৰ, বৰ, ৰুগীয়া, ৰঙ্গা কাপোৰ পিন্ধা, জটীয়া মানুহ, গাহৰি, মহ, গাধ, বড় এন্ধাৰ