পৃষ্ঠা:স্বপ্ন চৰিত.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২১ )


পুৱা বেলিকা নিজৰ মূৰ ছিগা, ও তেজেৰে গা লিপ্ত দেখিলে তেওঁ নিশ্চয় ৰাজ পদ পায়।

মানুষস্যচ মাংসানি স্বপ্নান্তে যস্তু ভক্ষয়েৎ।
হৰিতানিচ পক্কানি শৃনুতস্যচ যৎ ফলং।৷

পাদে পঞ্চ শতি লাভঃ সহস্ৰং বাহু ভক্ষণে।
ৰাজং সত সহস্ৰং বা লভতে মুণ্ডভক্ষণাৎ॥

স্বপ্নত যি হালধি দি ৰন্ধা মানুহৰ মঙ্গহ খাবলৈ পায় তাৰ ফলৰ কথা কওঁ শুনা। ভৰি খোৱা দেখিলে পাঁচশ, বাহু খালে হাজাৰ, মুৰ খালে ৰাজ্য বা লক্ষ টাকা প্ৰাপ্তি হয়।

দধিভুক্ত্বা ভবেৎ বৃদ্ধিঃ গোক্ষীৰেণ ধনাগমঃ।
জলে মীনা গমন্দৃষ্টা লাভো ভবতি নিশ্চয়ঃ॥

দৈ গাখীৰ খালে ধন বাঢ়ে, এৱাঁ গাখীৰ খালে ধন পায় পানীত মাছ ফুৰা দেখিলে লাভ হয়।

পূৰ্ণ কুম্ভং দ্বিজং হৰ্ম্মং তাম্বুলং পুষ্প পাদপং।
লাস্যং ছত্ৰোপানহঞ্চ দৃষ্ট্বাশ্ৰিয় মবাপ্নুয়াৎ॥

যি ভৰুণ কলহ, ব্ৰাহ্মণ, পকাঘৰ, তামোল, ফুল,