পৃষ্ঠা:স্বপ্ন চৰিত.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২০ )


লিঙ্গ মভ্যৰ্চ্চণন্দৃষ্টা প্ৰতিমাবাহনস্তথা।
বিবাদে বিজয়ন্তন্য ধনঞ্চ বিপুলং লভৎ॥

যি শিব লিঙ্গ বা প্ৰতিমা পূজা কৰা দেখে বিবাদত তেওঁৰ জয় হয় আৰু বহুত ধন পায়।

নৰ যানেৰোহেদ্যস্তু নৌকায়ান্তৰতে পিবা।
প্ৰবাসং নিৰ্দ্দিশেত্তস্য শীঘ্ৰ মাগমন ম্পূনঃ।৷

মানুহৰ কানত উঠা বা নাৱেৰে পাৰ হোৱা দেখিলে তেওঁৰ প্ৰবাস হয় আৰু শীঘ্ৰে ঘূৰি আহিবলৈ পায়।

উপানহৌচ ছত্ৰঞ্চ লধ্বাযঃ প্ৰতি বুদ্ধ্যতে।
অসিঞ্চ নিৰ্ম্মলং তীক্ষ্ন মধ্বানন্তস্য নিৰ্দ্দিশেৎ॥

জোতা, ছাতি, নিৰ্ম্মল দা-কটাৰি পাই সাৰ পালে তেওঁ শীঘ্ৰে প্ৰবাসলৈ যাব লগা হয়।

অভ্ৰৈৰ্ব্বিতিয়ন্তু যস্তু গ্ৰামং নগৰমেথবা।
গ্ৰামে মাণ্ডলিকো ৰাজা নগৰে পাৰ্থিবোভবেৎ।৷

নগৰ বা গাঁৱত ডাৱৰে নিজক বেষ্টন কৰা দেখিলে নগৰত ৰজা ও গাঁৱত ক্ষুদ্ৰ ৰজা হবলৈ পায়।

ছিদ্যতে বাশিৰো যস্য পূৰ্য্যতে ৰুধিৰেণচ।
সূৰ্যোদয়েচ বেলায়াং ভবেন্দ্ৰাজা নসংশয়ঃ।৷