পৃষ্ঠা:স্বপ্ন চৰিত.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৭ )


ক্ষীৰং পিবতি যঃ স্বপ্নে স্বগৌশ্চ দোহকৈৰ্যুতা।
তোয় পানাদপিতথা কীৰ্ত্তিঞ্চ পুন্য মাদিশেৎ।

স্বপ্নত যি গাখীৰ খায়, আপোনাৰ গৰু খিৰোৱা দেখে ও পানী পি-খায় তেওঁৰ কীৰ্ত্তি আৰু পুন্য বাঢ়ে

ৰাজ্যভিষেকশ্চ তথাছেদনং শিৰসো পিবা।
মৰণং বহ্নি লাভশ্চ বহ্নি দাহো গৃহাদিষু।
লব্ধেশ্চ ৰাজ লিঙ্গাণং তন্ত্ৰী বাদ্যভি বাদনং।

উদকো ত্তৰণস্তদ্বাত্তথা বিষয় লঙ্ঘনং।
হস্তিনীনাং গবাঞ্চৈব নাৰীনাং প্ৰসবো গৃহে।
আৰোহণম্বাশ্বৰথে ৰোদনঞ্চ শুভপ্ৰদং।

বপুঃ স্ত্ৰী শত লাভঞ্চ তথা লিঙ্গণ মেবচ।৷
নিগড়ৈৰ্ব্বন্ধনং ধন্যতথা বিষ্ঠানুলেপন।

ৰাজ্যত আপোনাক ৰজা পতা, নিজৰ মুৰ কটা, মৰণ হোৱা জুইএ পোৰা, জুয়ে নিজৰ ঘৰ পোৰা, ৰাজ অলঙ্কাৰপোৱা, বীনা বজোৱা, পানী বা গড় পাৰ হোৱা, ঘৰত মাখুন্দি হাতী, গাই গৰু বা তিৰুতা মানুহ প্ৰসৱ হোৱা, গাড়ী ঘোৰাত উঠা, কন্দা, অনেক তিৰোত, পাৱ স্ত্ৰী লোকে আলিঙ্গন কেৰা, ভৰিত