পৃষ্ঠা:সূতিকা পটল.djvu/১০৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সূতিকা পটল । i's সহ উষ্ণ সমৰিতে জল নিগড়িয়া। ৰঙা দাগে জাপিবেক সিতাে বস্তু নিয়া। দুই দণ্ড মুভুলিব থাকিকে ধৰি। পুনঃ সেঁক দিব লাগে সেই ৰূপ কৰি দিবা ৰাৰ মধ্য সেঁকি বাৰ ছয়। যেন কোনোমতে সংখ্যা গল্প নয়। তাৰ অন্তে কপাসী তুলা চাকা কৰি। সেকি উঠিলত জাপি থৰ তদুপৰি । ফট। কানি সংযোেগ বান্ধিয়া ৰাখিব। সিতো দাগ এড়ি তুলা পড়িব নেদিব । মুগুছয় মানে কৰিবাহ। এই ক্রম। নকৰিলে ৰােগ বাড়ি টিব বিষম৷ যদি তাৰ সঙ্গে পেট উফকি আয়। মৌৰি জন টাৰ্পিণক নগর। তাৰ যেখা মাখা কম কহি আছে আগে। সেই অনুসাৰে আততা খুৱাইরে লাগে। পথ্যাপথ। পক্ষে এই বিবেচনা মা। সাত আট বই ওই আহাৰ। যদি পেট নােয় দুখসমে দিব। উৰি থাকিলে পেট দ্বয়ক নেদিব। পাঁচ ছয় টোপা । তাত মিশাই। ঔষধার্থে সুৰাপান তা দোষ নাই । 310-11