পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চাপমান যন্ত্ৰ

 পৃথিবীৰ চাৰিওফালে আকাশৰ কিছু ওপৰলৈ বায়ু আছে। বায়ু এবিধ পদাৰ্থ, ইয়াৰো ভৰ আছে; এই কাৰণে পৃথিবী বা ইয়াত থকা সকলো বস্তুতে বায়ুৰ চাপ বা হেঁচা পৰি আছে।