সমললৈ যাওক

পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
সাহিত্য

এস্কিমো ল’ৰা।

কৰে, তাৰ তেলেৰে বন্তি জ্বলায় আৰু দাতৰ নানাবিধ অস্ত্ৰ সাজে। এইবোৰ কাৰণত প্ৰতি বছৰে অসংখ্য চীলে মানুহৰ হাতত প্ৰাণ শোধায়। সিন্ধুঘোটকৰ বাহিৰে অন্যান্য চীলে পোহ মানে।

⸻০⸻