পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
সাহিত্য


(২৫)


সৌভাগ্য-বেলিৰ চোৱাঁ জিলিকনি,
পোহৰে পূবত সৌৱা,
বিজয়-পতাকা উৰুৱাই বলাঁ,
উলাহ-সঙ্গীত গোৱাঁ।