পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰঞ্চি T সাধ্য৷ ক্ৰিয়াত বাক্য এট। শেষ হয়; আৰু এই ক্ৰিয়৷ ধাতুৰ লগত তাৰ বিভক্তি যোগ হৈ সম্পন্ন হয়। যেনে, মই অঙ্ক কৰিলোঁ। ইয়াত কৰিলোঁ সাধ্যা ক্ৰিয়া—কৰ ধাতুত ইলে। বিভক্তি যোগ হৈ তৈয়াৰ হৈছে। সিদ্ধা ক্ৰিয়াত বাক্য শেষ নহয়; আৰু ই ধাতুৰ লগত কৃৎ পত্যয় যোগ হৈ সম্পন্ন হয়। যেনে, মই অঙ্ক কৰি বজাৰলৈ গ'লোঁ। ইয়াত ‘কৰি’ সিদ্ধা ক্ৰিয়া—কৰ, ধাতুত ই প্ৰত্যয় যোগ হৈ তৈয়াৰ হৈছে। সেই দেখি ই 'ক্বৎ-যুক্ত" আৰু বাক্য শেষ নকৰে দেখি ‘অসমাপিকা ক্ৰিয়া” নামেও গণ্য হয়। (খ) (১) কৰ্ম্মধাৰয় আৰু বহুব্ৰীহি সমাসৰ প্ৰভেদ দূস্তান্ত দ্বাৰা বুজাই « লিথা। ১৭ সাধাৰণতে বিশেষ্য বিশেষণ তুল্য দুটা পদৰ কৰ্ম্মধাৰয় সমাস হয়; আৰু সমস্ত পদত ব্যস্ত পদৰ অৰ্থ ঠিক থাকে। যেনে, দীঘল যি হাত= দীঘল-হাত; নাওৰ নিচিনা পেট=নাও-পেট। পদেৰেই হয়; কিন্তু ইয়াত সমস্ত পদে ব্যস্ত পদৰ প্ৰকাশ কৰে, আৰু সিদ্ধ পদ প্ৰায়েই বিশেষণ হয়। যাৰ = দীঘল-হতীয়া, নাওৰ নিচিনা পেট যাৰ = নাও-পেটা। বহুব্ৰীহি সমাসো তেনে অৰ্থ এৰি ভিন্ন অৰ্থ যেনে, দীঘল হাত ব্যাস বাক; সহ সমাসৰ নাম লিখা— তলসৰা, গছসৰা, ত্ৰিজগত, অসুৰ, ধনে-কিনা। (গ) তলত দিয়৷ খণ্ড বাক্য বিলাকৰ যেই সেই পাঁচোতাৰ ব্যৱহাৰ দেখুৱাই বাক্য ৰচনা কৰা & হাত দীঘল—হাত দীঘল মানুহে আৱশ্যক মতে আনৰ সহায় পায়। পেট প৷—ধৰ্ত্ত মানুহৰ পেট পোৱা টান। গা উঠ—আনে মাছ পোৱা দেখি মোৰো মাছ মাৰিবলৈ গা উঠিল। থৰক বৰক — আলৰ বুঢ়া মানুহৰ শৰীৰ থৰক বৰক হয়। হাত ধৰ— সাধু লোকে বিপদত আনৰ হাত ধৰি ৰক্ষা