পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰঞ্চি পায়। অনাই-বনাই—বেপাৰত সৰ্ব্বস্বান্ত হৈ সি মনৰ বিকাৰ ঘটাত অনাই- বনাই ঘূৰি ফুৰে। চকুত লগা— অশুৱনি মানুহো যৌৱনত অলপ চকুত লগা হৈ উঠে। A ১৮ ১৯৫২-সাধাৰণ খাপ। 31 তলত দিয়া পদ্যাংশৰ পৰ৷ যেই সেই দুফাকিৰ প্ৰসঙ্গ উল্লেখ কৰি সৰল ভাষাত ব্যাখ্যা কৰা (ক) নদী হই পখালিম.. চোৱ৷ ) (খ) বিদ্ৰোহৰ বানে 20 X ২ = ২০ ·দুখনি ওঁথত। (জনমভূমি পদ্যৰ নোট (ঘ) --আঁতৰ হ’ল। (সোণামুৱ৷ পদ্যৰ নোটৰ শেষ অংশ চোৱা ) (গ) সত্যাগ্ৰহী হই...... ·মানুহ জাত। এই ছোৱা পদ্য আমাৰ বাপুজী পদ্যত আছে। আমাৰ বাপুজী মহাত্মা গান্ধীয়ে সত্যৰ সেৱক হৈ ইংৰাজৰ অ্যায় অনীতিৰ প্ৰতিবাদ আৰু প্ৰচাৰ কৰাৰ ফলত জীৱনৰ বহুকাল ফাঢেকত কটাব লগীয়া হয়। হিন্দু, মুছল- মান, খ্ৰীষ্টান—ভাৰতৰ এই প্ৰধান তিনি ধৰ্ম্মৰ গীতা, কোৰআন, বাইবেল এই তিনি প্ৰধান ধৰ্ম্ম শাস্ত্ৰৰ শাৰকথা মিলাই ভাৰত বাসীৰ মনৰ পৰা পৰস্পৰ ভেদ ভাব আঁতৰাই ভাৰত বাসীক প্ৰকৃত মানুহ হিচাবে গঢ়িলে! (এইদপে একতাৰ দোলেৰে বান্ধ, খুৱাই স্বাধীনতা লাভৰ চেষ্টাত উদগনি দিলে ) ২| তলত দিয়া কথা কেই ফাকিৰ যেই সেই দুফাকিৰ সৰল ভাষাত “

0×२ = 20

বুজাই দিয়া— (ক) শিশুসকলৰ চৰিত্ৰ গঠনতো ...........সহায় নকৰে। ( ৰামায়ণ পাঠৰ নোট চোৱা ) ঘৰেই শিশুৰ আচল শিক্ষাৰ ঠাই। পাঠৰ নোট চোৱা ) ( বেঞ্জামিন ফ্ৰেঙ্কলিন