পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰঞ্চি পুথি-ভড়াল প্ৰৱন্ধৰ নোটত থকা প্ৰশ্ন কেইটাৰ চমু উত্তৰ কৰিলেই হব। 31 প্ৰসঙ্গ উল্লেখ কৰি তলত দিয়া গদ্যাংশৰ পৰা দুই ভাগৰ আৰু পদ্যাংশৰ পৰা দুই ভাগৰ আঁতি গুৰি মাৰি ব্যাখ্যা কৰা।— ৫. 91 X 8 (গদ্যাংশ—(ক) যাক ত্ৰিদশে সেৱ৷ কৰে ধন্য মানিলে"- দৰিদ্ৰ বিপ্ৰ দামো- এই কথাষাৰ দামোদৰ বিপ্ৰাখ্যানত আছে। অষ্টম দৰে এদিন তেওঁৰ সাধ্বী সতী ঘৈণীয়েকৰ কথা মতে তেওঁৰ বাল্যৰ সহপাঠী শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈছিল। তেতিয়া শ্ৰীকৃষ্ণই তেওঁৰ পত্নী ৰুক্মিণীৰূপা লক্ষ্মীৰ সেৱা লই বৰ তৃপ্তিৰে সোণৰ খাটত শয়ন কৰি আছিল। এনেতে দুৱাৰত দামোদৰ বাগুন দেখি একেচাবে উঠি আহি আধে-বেধে সাৱটি ধৰি নি খাটত বহুৱালে। আৰু ভৰি ধুৱাই ধূপ দীপ কপূৰ তামোল আদিৰে আৰু ৰুক্মিণী দেবীয়ে চোৱঁৰৰ বা দি ভক্তি ভাবে সেৱা পূজা কৰিলে। যি শ্ৰীহৰি শ্ৰীকৃষ্ণক দেৱতা সকলেও সেৱা পূজা কৰে, সেই শ্ৰীহৰিয়ে তেওৰ মৰমৰ ভাৰ্য্য৷ ৰুক্মিণীৰ চেনেহৰ সেৱাকে৷ পৰিত্যাগ কৰি এইদৰে দৰিদ্ৰ বামুণক সেৱা পুজ! কৰি আত্ম-তুষ্টি লাভ কৰিলে।

      • ..

(গ) দেশত পুথি-ভাঁড়ালৰ সংখ্যা ..বহুত ওখ খাপলৈ উঠে। এই কথাখিনি পুথি-ভড়াল প্ৰৱন্ধত আছে। পুথি-ভড়াল বিলাকত দেশ- বিদেশৰ অনেক মহৎ বিখ্যাত লোকৰ অতি সাৰুৱা মূল্যবান পুথি আৰু পুৰণিকলীয়া পাবলৈ নোহোৱা পুথিও অনেক থাকে। এই পুধি-ভড়ালৰ সংখ্যা দেশত যিমানে বাঢ়ে, দেশৰ সৰ্ব্ব সাধাৰণ ৰাইজৰ জ্ঞান লাভৰ হেঁপাহে৷ সিমানে বাঢ়ি যায়; কাৰণ নামমাত্ৰ ধনেৰেই সেই পুথি বিলাক পঢ়ি বহুমূলীয়া জ্ঞান লাভ কৰিব পাৰি। ইয়াৰ ফলত “দেশত শিক্ষা। আলোচনাও বাঢ়িবলৈ ধৰে, আৰু দেশৰ সভ্যতাত আগবাঢ়ি গৈ দেশক উন্নত কৰে। মানুহ বিলাক শিক্ষা আৰু EPSORIAZA ISAINTZA EZBRIMINALISE